ঘনকান্তই নিজক বচাবলৈ গুলী চলাব লগীয়া হৈছিল...পত্নী জোনমণিৰ দাবী
NKTV PLUS
0:00 / 0:00
ঘনকান্তই নিজক বচাবলৈ গুলী চলাব লগীয়া হৈছিল...পত্নী জোনমণিৰ দাবী
16 373 просмотра · 2 дн. назад
NKTV PLUS
832 тыс. подписчиков
16 373 просмотра · 2 дн. назад
▶️হেলেনা বাইদেউৰ সৈতে আমাৰ সম্পৰ্ক ভাল আছিল, মইও লগ পাইছোঁ। ঘটনাৰ পিছত ঘনকান্ত গগৈয়ে মোক ফোনত কৈছিল যে গাড়ীৰ পৰা নমাৰ লগে লগে কথা পাতিবলৈ সুযোগে দিয়া নাই। পুত্ৰ-বোৱাৰীসহিতে সকলোৱে ঘনকান্ত গগৈক আক্ৰমণ কৰিছিল। মোক কথা পাতিবলৈহে মাতিছিল, কিয় এনেকুৱা কৰিছে? কিন্তু মোৰ অনুৰোধ নুশুনি মোক আক্ৰমণ কৰিছিল। মোক মাৰপিট কৰিছিল, হেঁচা মাৰি ধৰিছিল। তেতিয়া নিজক বচাবলৈ গুলী চলাব লগীয়া হৈছিল...ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈ SUPER EXCLUSIVE। NKTVত মুখ খুলিছে ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে।