Перейти к содержимому

চাৰিমাহ পৰ্যন্ত ৰাজ্যৰ বিদ্যালয়ে পোৱা নাই মধ্যাহ্ন ভোজনৰ ধন

NKTV PLUS

0:00 / 0:00

চাৰিমাহ পৰ্যন্ত ৰাজ্যৰ বিদ্যালয়ে পোৱা নাই মধ্যাহ্ন ভোজনৰ ধন

4 438 просмотров · 12 ч назад
NKTV PLUS
832 тыс. подписчиков
4 438 просмотров · 12 ч назад
▶️ বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ কৰিবলগীয়া হ’লে তাৰ বাবে শিক্ষকক জগৰীয়া কৰিব নোৱাৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি চৰকাৰক এই সন্দৰ্ভত সকীয়াই দিয়ে। চাৰিমাহ পৰ্যন্ত ৰাজ্যৰ বিদ্যালয়ে পোৱা নাই মধ্যাহ্ন ভোজনৰ ধন। সমগ্ৰ অসমৰ পৰা ধন বিচাৰি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। ৰাজহুৱা শিক্ষাখণ্ডৰ ব্যাপক সংস্কাৰ হোৱাৰ দাবী কৰা শিক্ষা বিভাগে কেতিয়ালৈ এই অচলাৱস্থা দূৰ কৰিবলৈ সক্ষম হ’ব?