পাচলিত বিন্ধা কৰা বৰল জাতীয় পোক ধৰা ফান্দ ঘৰত কেনেদৰে তৈয়াৰ কৰিব পাৰি ।। Homemade Fruit Fly Trap
Help - always for you
0:00 / 0:00
পাচলিত বিন্ধা কৰা বৰল জাতীয় পোক ধৰা ফান্দ ঘৰত কেনেদৰে তৈয়াৰ কৰিব পাৰি ।। Homemade Fruit Fly Trap
9 542 просмотра · 5 лет назад
Help - always for you
11,9 тыс. подписчиков
9 542 просмотра · 5 лет назад
"পাচলিত বিন্ধা কৰা বৰল জাতীয় পোক ধৰা ফান্দ ঘৰত কেনেদৰে তৈয়াৰ কৰিব পাৰি ।। How to control Fruit Fly with Homemade Fruit Fly Trap "
সাধাৰণতে লাও, জিকা, কোমোৰা, ভাত কেৰেলা, তিয়হ ইত্যাদি পাচলিৰ খেতিত কিছুমান বৰল জাতীয় পোকে আক্রমণ কৰি ফচলটো পচাই বা নষ্ট কৰি পেলাই।
সেয়েহে বন্ধু- বান্ধৱীসকল, মই মোৰ YouTube Channel "HELP - Always for you" ৰ জৰিয়তে কেনেদৰে পাচলিত বিন্ধা কৰা বৰল জাতীয় পোক ধৰা ফান্দ ঘৰত তৈয়াৰ কৰিব পাৰি সেই বিষয়ে আপোনালোকলৈ ভিডিও টো আগবঢ়ালো।
যদি ভিডিওটো ভাল পাই তেন্তে অনুগ্ৰহ কৰি LIKE, SHARE আৰু SUBSCRIBE কৰাৰ লগতে Comment কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
………………………………………………………………………………………………………………………………. …..
Stay tuned for more such informative videos in future, press the bell icon and subscribe our channel "HELP- Always for you".
Thank You.
……………………………………………………………………………………………………………………………………
#FruitFlyTrap, #OrganicFruitFlyTrap, #FruitFlyTrapIndia, #FruitFlyTrapuses, #HelpAlwaysForYou,