Перейти к содержимому

অভিমানি সপোন|| Abhimani Xopun|| Assamese Emotional Song|| NothingPk Presents

NothingPk

0:00 / 0:00

অভিমানি সপোন|| Abhimani Xopun|| Assamese Emotional Song|| NothingPk Presents

492 просмотра · 7 дней назад
NothingPk
1,28 тыс. подписчиков
492 просмотра · 7 дней назад
🎵 অভিমানি সপোন 🎵 “অভিমানি সপোন” — হেৰাই যোৱা ভালপোৱা, অপূৰ্ণ অনুভৱ, অতীতৰ স্মৃতি আৰু নেদেখা অপেক্ষাৰ এক অনুভৱময় সংগীত। 🎶 Song: অভিমানি সপোন(Abhimani Xopun) 🎬 Presented by: NothingPk ✍️ Lyrics: Pankaj Hazarika 🎤 Voice Generated by Ai ভাল লাগিলে Like 👍 | Comment 💬 | Share ↗️ আৰু Channelটো Subscribe 🔔 কৰিবলৈ নাপাহৰিব। অভিমানি সপোন:- হেঙুলিয়া মিঠা আবেলি যেন উঠৰ মিচিকীয়া হাঁহি চিকি-মিকি বিজুলীত আবাহনী সুৰৰ ৰাগী কলিজাৰ পাৰ ভাঙি উভতিল সোণোৱালী কোনে জানে কোন বাটেৰে বিচাৰি আহে হেৰোৱা ভাষা? খামুচি ধৰি মনৰ পিপাসা মৰিব দিলোঁ বুকুৰ জিজ্ঞাসা... সময়ৰ সুঁতিত, হেৰাই যায় অতীত! নীলা খামৰ চিঠিত, ম'ম গলি গলি! জোনাকী ৰাতিত, তৰা গণি গণি! নেদেখা কবৰত, তোৰে নাম লিখি! নেদেখা দাপোনত, আঁকিলোঁ তোৰে ছবি, চকুৰ কোণত গোটমৰা ডাৱৰে পাৰ ভাঙি মাথোঁ বৈ যাব খোজে চঞ্চল ধুমুহাই শিকলি চিঙি টোপনিবোৰ উৰুৱাই নিব বিচাৰে! উচুপনিৰ কঁপনিত, হেৰাল মোৰ জোনাকী! এন্ধাৰৰ আঁৰতেই ভঙা হিয়াৰ কিৰিলি তোৰে কপালত জ্বলিলে আনৰ নামৰ ৰঙা বেলি সময়ৰ সুঁতিত, হেৰাই যায় অতীত! নীলা খামৰ চিঠিত, ম'ম গলি গলি! জোনাকী ৰাতিত, তৰা গণি গণি! নেদেখা কবৰত, তোৰে নাম লিখি! নেদেখা দাপোনত, আঁকিলোঁ তোৰে ছবি, #অভিমানীসপোন #NothingPkPresents #AssameseSong #AssameseMusic #NewAssameseSong #AssameseRomanticSong #AssameseSadSong #অসমীয়া_গান #অসমীয়া_সংগীত #original