অসমৰ বিপদত লগ এৰা, বানপানীৰ সময়ত পিঠি দিয়া মোদীৰ জন্মদিনত চাকি জ্বলাম কিয়?
NorthEast Now
0:00 / 0:00
অসমৰ বিপদত লগ এৰা, বানপানীৰ সময়ত পিঠি দিয়া মোদীৰ জন্মদিনত চাকি জ্বলাম কিয়?
12 407 просмотров · 5 дней назад
NorthEast Now
467 тыс. подписчиков
12 407 просмотров · 5 дней назад
📌অসমৰ বিপদত লগ এৰা, বানপানীৰ সময়ত পিঠি দিয়া মোদীৰ জন্মদিনত চাকি জ্বলাম কিয়?
📌ব্যক্তিপূজাৰ ক্ষেত্ৰত প্ৰশাসনক ব্যৱহাৰ কৰি জাননী জাৰি কৰি চাকি জ্বলাবলৈ অনুৰোধ জনোৱাৰ আঁৰত কি?
📌মোদীৰ জন্মদিনত চাকি জ্বলালে দেশৰ জনগণৰ বেংক একাউণ্টত ১৫ লাখ টকা জমা হৈ যাব নেকি?
📌চাকি জ্বলালেই মূল্য বৃদ্ধি ৰোধ হৈ যাব নেকি? ৰাস্তা বেয়া ঠাইত টোল গেট বন্ধ হৈ পৰিব নেকি?
📌চাকি জ্বলালেই পেট্ৰ'লত ইথান'ল মিহলোৱা বন্ধ হৈ পৰিব নেকি?___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now