Перейти к содержимому

জৈৱিক সাৰ বা কেচুঁসাৰ কেনেকৈ তৈয়াৰ কৰিব ।। How to make Vermicompost.

Help - always for you

0:00 / 0:00

জৈৱিক সাৰ বা কেচুঁসাৰ কেনেকৈ তৈয়াৰ কৰিব ।। How to make Vermicompost.

39 038 просмотров · 5 лет назад
Help - always for you
11,9 тыс. подписчиков
39 038 просмотров · 5 лет назад
"জৈৱিক সাৰ বা কেচুঁসাৰ কেনেকৈ তৈয়াৰ কৰিব ।। How to make Vermicompost." সাধাৰণতে বৰ্তমান সময়ত পাচলিৰ খেতিত অধিক লাভৰ আশাত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত মানুহৰ দেহত নানা ধৰণৰ মাৰাত্মক বেমাৰ দেখা দিয়াৰ লগতে খেতিৰ মাটিডৰাও ৰাসায়নিক সাৰৰ প্ৰভাৱত নষ্ট হৈ উৎপাদনশীলতা দিনক দিনে কমি আহিছে। সেয়েহে এই মাৰাত্মক ৰোগবোৰৰ পৰা মানৱ সমাজক তথা খেতিৰ মাটিডৰাক ৰক্ষা কৰিবলৈ খেতিত জৈৱিক সাৰ বা কেচুঁসাৰৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। সেয়েহে বন্ধু- বান্ধৱীসকল, মই মোৰ YouTube Channel "HELP - Always for you" ৰ জৰিয়তে কেনেদৰে ঘৰতে পেলনীয়া জাৱৰজোঁথৰ তথা গৰুৰ গোৱৰেৰে জৈৱিক সাৰ বা কেচুঁসাৰ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে আপোনালোকলৈ ভিডিও টো আগবঢ়ালো। যদি ভিডিওটো ভাল পাই তেন্তে অনুগ্ৰহ কৰি LIKE, SHARE আৰু SUBSCRIBE কৰাৰ লগতে Comment কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ………………………………………………………………………………………………………………………………. ….......................................... Stay tuned for more such informative videos in future, press the bell icon and subscribe our channel "HELP- Always for you". Thank You. ……………………………………………………………………………………………………………………………………...................................... #vermicompostmaking, #vermicompostmakingprocess, #verrmicompostmakingathome, #vermicompostmakingmanure, #vermicompostmanufacturingprocess, #verrmicompostmakingbusiness, #vermicompostmakingprocessinassamese,