Перейти к содержимому

যিমান উপাৰ্জন সিমানেই খৰচ, হাতত যদি ধন জমা নাথাকে এই নিয়মটো এবাৰ মানি চাওক। Money Management Tips II

Kumud Das Official

0:00 / 0:00

যিমান উপাৰ্জন সিমানেই খৰচ, হাতত যদি ধন জমা নাথাকে এই নিয়মটো এবাৰ মানি চাওক। Money Management Tips II

66 205 просмотров · 1 месяц назад
Kumud Das Official
154 тыс. подписчиков
66 205 просмотров · 1 месяц назад
About the Video: যিমান উপাৰ্জন সিমানেই খৰচ, হাতত যদি ধন জমা নাথাকে এই নিয়মটো এবাৰ মানি চাওক। Money Management Tips II জীৱনত বহুত টকা উপাৰ্জন কৰাৰ পিছত হাতত বহুতৰে ধন জমা নাথাকে বা ধন সঞ্চয় কৰিব নোৱাৰে। ইয়াৰ কাৰণ বিত্তীয় ব্যৱস্থাপনাৰ অভাৱ নেকি? টকা উপাৰ্জন কৰাটো যিমান গুৰুত্বপূৰ্ণ, উপাৰ্জন কৰা টকাখিনি সঠিকভাৱে পৰিচালনা কৰাটোও সিমানেই গুৰুত্বপূৰ্ণ। এই ভিডিঅ’টোত দৈনন্দিন খৰচ, সঞ্চয়ৰ অভ্যাস আৰু money management-ৰ কিছুমান সাধাৰণ ধাৰণা সহজভাৱে আলোচনা কৰা হৈছে। এই ভিডিঅ’ত উল্লেখ কৰা সঞ্চয়ৰ পদ্ধতিসমূহ কোনো নিৰ্দিষ্ট investment plan, financial product বা guaranteed savings method হিচাপে আগবঢ়োৱা হোৱা নাই। ইয়াৰ উদ্দেশ্য হৈছে কেৱল financial awareness আৰু educational purpose-ৰ বাবে money management সম্পৰ্কে সাধাৰণ ধাৰণা আগবঢ়োৱা। Investment, tax planning, insurance, wealth management বা আন কোনো financial benefit সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজৰ financial situation অনুসৰি SEBI-registered বা appropriately qualified professional financial advisor-ৰ পৰামৰ্শ লওক। Disclaimer: এই ভিডিঅ’টো কেৱল শিক্ষা, তথ্য আৰু financial awareness-ৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। ইয়াত দিয়া কোনো তথ্যক ব্যক্তিগত financial advice, investment advice, recommendation বা guarantee হিচাপে গণ্য কৰিব নালাগে। সঞ্চয় বা money management-ৰ ফলাফল ব্যক্তিভেদে income, expenses, financial goals, responsibilities আৰু অন্যান্য পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। কোনো investment, financial product বা wealth-management decision লোৱাৰ পূৰ্বে নিজা research কৰাৰ লগতে যোগ্য আৰু সংশ্লিষ্ট professional financial advisor-ৰ পৰামৰ্শ গ্ৰহণ কৰক। Investment-ৰ ক্ষেত্ৰত market risk থাকিব পাৰে আৰু অতীতৰ performance ভৱিষ্যতৰ ফলাফলৰ নিশ্চয়তা নহয়। The creator/channel shall not be responsible for any financial loss arising from decisions taken solely on the basis of this video. Follow us in facebook   / daskumud1   Our Other Popular Videos 1.    • ৭৫ বছৰ পূৰ্বৰ গুৱাহাটীখন কেনে আছিল? Guwaha...   (৭৫ বছৰ পুৰণি গুৱাহাটীখন কেনে আছিল?) 2.    • দুশ বছৰ পূৰ্বৰ অসম I Assam 200 Years Ago I...   ( দুশ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?) 3.    • হিন্দু ধৰ্মৰ ইতিহাস কি? হিন্দু ধৰ্মৰ প্ৰৱৰ...   (হিন্দু ধৰ্মৰ ইতিহাস কি?) 4.    • পুৰণি গুৱাহাটী Part 2 I Old Guwahati 75 ye...   (১০০ বছৰ পূৰণি গুৱাহাটীখন কেনে আছিল?) 5.    • ৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল? Assam 400 ...   ( চাৰিশ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?) #moneymanagement #wealthmanagement #assamese #moneymindset #savings #savingstips