শুভ জন্মাষ্টমী | BURHA NONDOR LORA HOISE | Nitul Dadhara | ভক্তিৰ সুৰ 2026 | Nondor Ghore
NITUL DADHARA
0:00 / 0:00
শুভ জন্মাষ্টমী | BURHA NONDOR LORA HOISE | Nitul Dadhara | ভক্তিৰ সুৰ 2026 | Nondor Ghore
82 681 просмотр · 7 дней назад
NITUL DADHARA
308 тыс. подписчиков
82 681 просмотр · 7 дней назад
কণ্ঠ: নিতুল দাধৰা
এলবাম : ভক্তিৰ সুৰ
শীৰ্ষক : বুঢ়া নন্দৰ ল’ৰা
কথা -সুৰঃ জানমণি ফুকন, মনোজ কোঁৱৰ
সংগীতঃ জানমণি ফুকন
কীবৰ্ড মেলডীঃ দ্বীপকেশ বৰগোহাঁই
বাঁহীঃ কৈলাস ৰাভা
খোলঃ গৌতম শইকীয়া
নেগেৰাঃ বিশ্বজিত গগৈ
পাৰকাচনঃ জানমণি ফুকন
শব্দ গ্ৰহণঃ ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ- জিন্তু বৰদলৈ ( ষ্টুডিঅ' ড্ৰিমচ)
সহঃ শিল্পীঃ জানমণি ফুকন, ভৱ দাস, ৰিপুঞ্জয় শৰ্মা
Voice Dubbed By : Neel Hazarika ( Studio B-Type Music )
Lyrical Video & Cover : সত্যজিতে দেওধাই ফুকন
Lyrics
" আকাশে দুন্দুভি বাজে শংখ ধ্বনি
নন্দৰ ঘৰে আজি জন্ম হ'ল যদুমণি।।"
ঘোষাঃ নন্দৰ ঘৰে কিনো বাজন বাজে সখী অ'
কিনো বাজন বাজে……
যশোদাৰ সংগে গোপী নাছে সখী অ'
আনন্দতে নাছে
আহা আহা ভায়া আহা আহা ভায়া
বুঢ়া নন্দৰ ল'ৰা হৈছে চাওঁগৈ ব'লা (২)
পদঃ দধি দুগ্ধ মধু ঘৃত (কান্ধে লৈয়া যাওঁ) (২)
যশোদাৰ পুত্ৰ হৈছে ( নয়ন ভৰি চাওঁ) (২)
কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ
( পূৰ্ণ ব্ৰক্ষ্ম ভগৱন্ত ভৈলা অৱতাৰ) (২)
নন্দৰ ঘৰে কিনো বাজন বাজে সখী অ'
কিনো বাজন বাজে……
যশোদাৰ সংগে গোপী নাছে সখী অ'
আনন্দতে নাছে
আহা আহা ভায়া আহা আহা ভায়া
বুঢ়া নন্দৰ ল'ৰা হৈছে চাওঁগৈ ব'লা (২)
ভাঙনিঃ
কৃষ্ণাই এ…… কিনো তোমাৰ লীলা
দধি চুৰে কৰি খালা হে কলীয়া দধি চুৰে কৰি খালা
উৰালে কংকালে বান্ধি থৈ আহিলো,কেনেকৈ মুকলি
হ'লা …এহি বুলি যশোদাই বোলে
মধ্যঃ
কানু কানু হাতে বেণু কিনো দুষ্ট হ'লি তই
কম বয়সত তোৰে দুৰ্নাম,কিমান সহিমে মই
মোৰ কানু ঐ…
কিনো দুষ্ট হ'লি তই।
যশোদায়ে দধি মথে কৃষ্ণ গুণ গায়
দধি ভাণ্ড ভাঙি কৃষ্ণই চুৰে কৰি খায়।
ধৰ ধৰ ধৰ কলীয়া কানাইক খেদে
লহপহীয়া কলীয়া কানাই উঠিল কদম গছে।
অ' ....
কৃষ্ণৰ কংকালে (জৰি মুঠে মুঠে ) (২)
যশোদাই নিদাৰুণ (মনেৰে বান্ধে) (২)
গাৰ জুৰে বান্ধে আটি তেওঁ দুই আঙুলে নাতে।
নাতে শ্যাম কলীয়া তেওঁ দুই আঙুলে নাতে।
ধৰ ধৰ ধৰ কলীয়া কানাইক খেদে
লহপহীয়া কলীয়া (কানাই উঠিল কদম)২ গছে।