Перейти к содержимому

চাইবাৰ অপৰাধীৰ ভয়ংকৰ জালত পৰিছে ডিব্ৰুগড়ৰ অৰ্ধ শতাধিক লোক

NKTV PLUS

0:00 / 0:00

চাইবাৰ অপৰাধীৰ ভয়ংকৰ জালত পৰিছে ডিব্ৰুগড়ৰ অৰ্ধ শতাধিক লোক

17 344 просмотра · 17 ч назад
NKTV PLUS
832 тыс. подписчиков
17 344 просмотра · 17 ч назад
▶️ চাইবাৰ অপৰাধীৰ ভয়ংকৰ জালত পৰিছে ডিব্ৰুগড়ৰ অৰ্ধ শতাধিক লোক। চিনাকি লোকক কিউ আৰ কোড দি সহায় কৰিবলৈ গৈ সৰ্বস্বান্ত হ’বলগীয়া হৈছে সহজ–সৰল গঞা। ধনৰ লেনদেনৰ পাছতে হঠাৎ বন্ধ হৈ পৰিল গঞাৰ বেংকৰ একাউণ্ট। নিস্ক্ৰিয় হ’ল আধাৰ, পানকাৰ্ড। গঞাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত ৰুজু হৈছে চাইবাৰ অপৰাধৰ গোচৰ।