বেবেজীয়া গাঁৱৰ শিশুসকলৰ দ্বাৰা “একলব্যৰ গুৰু দক্ষিণা” ভাওনা প্ৰদৰ্শন কৰা/#ভাওনা #ভাওনা_প্ৰতিযোগিতা
অসমীয়া ভাওনা সংস্কৃতি
0:00 / 0:00
বেবেজীয়া গাঁৱৰ শিশুসকলৰ দ্বাৰা “একলব্যৰ গুৰু দক্ষিণা” ভাওনা প্ৰদৰ্শন কৰা/#ভাওনা #ভাওনা_প্ৰতিযোগিতা
120 просмотров · 7 ч назад
অসমীয়া ভাওনা সংস্কৃতি
2,12 тыс. подписчиков
120 просмотров · 7 ч назад
বেবেজীয়া গাঁৱৰ সমূহ ৰাইজৰ সহযোগত বর্ণাঢ্য কাৰ্যসূচীৰে 'সুধাকণ্ঠ দিৱস' উদ্যাপন
স্থান - বেবেজীয়া বৰৰ্নামঘৰ (কৰতিপাৰ, মাজুলী)
দিনাংক - ৫ নৱেম্বৰ, ২০২৬ (১৮ কাতি)
বাতিলৈ বেবেজীয়া গাঁৱৰ শিশুসকলৰ দ্বাৰা “একলব্যৰ গুৰু দক্ষিণা” ভাওনা প্ৰদৰ্শন কৰা হ'ব
দোহাৰ:- শ্যামন্তক নাট্য গোষ্ঠী
পৰিচালক:- অনুৰাগ দাস (বায়ন)
সহ- পৰিচালক:- ৰাজীৱ দাস, অঞ্জন হাজৰিকা আৰু সংগীবৃন্দ
#ভাওঁনা #ভাওনা_প্ৰতিযোগিতা #ভাওনাঅসমীয়া #ভাওনাপ্ৰৱেশ #ভাওনা
মোক যোগাযোগ কৰিব বাবে ৬০০০৮২৮৪৮৪ এইটো বোম্বেৰত কল কৰিব