কংগ্রেছ দলৰ বিৰুদ্ধে সৰৱ হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা...
Pratidin Time
0:00 / 0:00
কংগ্রেছ দলৰ বিৰুদ্ধে সৰৱ হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা...
2 838 просмотров · 1 год назад
Pratidin Time
2,66 млн подписчиков
2 838 просмотров · 1 год назад
২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত জোৰদাৰ প্ৰচাৰ চলালে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইয়াৰ বিপৰীতে নিষ্প্রভ কংগ্রেছৰ প্ৰচাৰ। ৰাভা হাছং এলেকাৰ বিভিন্ন সমষ্টিত প্ৰচাৰ চলাই কংগ্রেছ দলৰ বিৰুদ্ধে সৰৱ হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা। উল্লেখযোগ্য, ৪ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ওলাব যদিও মুঠ ৩৬টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টিত ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে NDAৰ প্ৰাৰ্থী।
#PratidinTime #AssamNews #PijushHazarika #jayantamallabaruah