Перейти к содержимому

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #PratidinTimeLIVE

970 просмотров · Трансляция закончилась 1 час назад
Pratidin Time
2,66 млн подписчиков
970 просмотров · Трансляция закончилась 1 час назад
উজনিৰ বান বিভীষিকাৰ মাজতে উজলি উঠা এটি শিশু জুবিন গাৰ্গৰ এটি গীতেৰে নিজৰ বিধ্বস্ত ঘৰখন দেখুৱাইছিল তেওঁ বানে উটুৱাই লৈ গৈছিল কণমানি শিশুটিৰ মৰমৰ হাৰমনিয়ামখনো জন্মগতভাৱে শিশুটিয়ে লৈ আহিছে এক অনন্য প্ৰতিভা সুধাকণ্ঠৰ পৰা জুবিন গাৰ্গলৈকে সকলোৰে গীত অনন্য ৰূপত শিশুটিৰ কণ্ঠত বানবিধ্বস্ত দুৰ্গতসকলৰ জীৱনৰ আন এক জীয়া কাহিনী আজিৰ ‘অভিমত’ত যেন বোকাৰ পদুম শিৱসাগৰৰ শিমলুগুৰিৰ দেওধাই গাঁৱৰ প্ৰাঞ্জু প্ৰতীম মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #PratidinTimeLIVE