সৰুপথাৰ সম জিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক গ্রেপ্তাৰ
Pratidin Time
0:00 / 0:00
সৰুপথাৰ সম জিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক গ্রেপ্তাৰ
5 395 просмотров · 6 часов назад
Pratidin Time
2,66 млн подписчиков
5 395 просмотров · 6 часов назад
সৰুপথাৰ সম জিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক গ্রেপ্তাৰ। তেল চুৰি চক্রৰ সৈতে জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ। গোলাঘাট আৰক্ষীৰ অপৰাধ শাখাৰ অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে গ্রেপ্তাৰ কৰে। ৰজাপুখুৰীত ONGCৰ পাইপ লাইনৰ পৰা এটা চক্রই তেল চুৰি কৰিছিল।
#PratidinTime #SARUPATHAR #assam