বক্সাৰ লাভলীনা বৰগোহাঁয়ে ক’লে এয়া অসমবাসীৰ আশীৰ্বাদৰ ফল।
Pratidin Time
0:00 / 0:00
বক্সাৰ লাভলীনা বৰগোহাঁয়ে ক’লে এয়া অসমবাসীৰ আশীৰ্বাদৰ ফল।
5 405 просмотров · 1 день назад
Pratidin Time
2,67 млн подписчиков
5 405 просмотров · 1 день назад
এছিয়ান গেমছত বিৰল অভিলেখ গঢ়াৰ পিছত স্বৰ্ণকন্যা লাভলীনা বৰগোহাঁই বৃহস্পতিবাৰে উপস্থিত হ’ল সৰুপথাৰত। আপোন ঠাইখনৰ আপোন মানুহখিনিৰ মৰম-চেনেহত অভিভূত হ’ল দেশৰ তাৰকা খেলুৱৈগৰাকী। ৰাইজৰ মৰম-চেনেহ গ্ৰহণ কৰি বক্সাৰ লাভলীনা বৰগোহাঁয়ে ক’লে এয়া অসমবাসীৰ আশীৰ্বাদৰ ফল। ইফালে নিজৰ ভাষণ প্ৰসংগত ঘৰখনৰ লগতে গাঁৱৰ কথা, স্কুলৰ সেই দিনবোৰৰ কথা আৰু ১৫ বছৰীয়া খেলুৱৈ জীৱনৰ কথাও উল্লেখ কৰিলে।
#PratidinTime #AssamNews #assam #LovlinaBorgohain #SARUPATHAR