Перейти к содержимому

পাপৰ পুখুৰীত গা ধুবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।

Pratidin Time

0:00 / 0:00

পাপৰ পুখুৰীত গা ধুবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।

38 672 просмотра · 1 г. назад
Pratidin Time
2,67 млн подписчиков
38 672 просмотра · 1 г. назад
কংগ্ৰেছ এতিয়া পাপমুক্ত হৈছে। কংগ্ৰেছৰ লেতেৰা পানী গৈ বাজপেয়ী ভৱনত সোমাইছে। পাপৰ পুখুৰীত গা ধুবলৈ আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ পদুম ফুল এতিয়া কয়লা ৰঙৰ হৈ উঠিছে। কয়লাৰ অবৈধ খনন আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি এইদৰেই আক্ৰমণাত্মক হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। মূলতঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি APCCৰ সভাপতিগৰাকীক দেখা গ’ল এনে আক্ৰমণাত্মক ৰূপত। উমৰাংছ’ৰ অবৈধ খনিত সংঘটিত দুৰ্ঘটনাৰ পিছত শুকুৰবাৰে গুৱাহাটীৰ লগতে জিলাই জিলাই ‘সত্যৰ সন্ধান’ত শীৰ্ষক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে। #pratidintime #bhupenborah #assamnews