Перейти к содержимому

👉 সকলো চাই, কিন্তু একোৱেই নিকিনে ! 🤣 | Puja Shopping Vlog 🛍️❤️

Ride With Bimal

0:00 / 0:00

👉 সকলো চাই, কিন্তু একোৱেই নিকিনে ! 🤣 | Puja Shopping Vlog 🛍️❤️

330 просмотров · 2 ч назад
Ride With Bimal
73 тыс. подписчиков
330 просмотров · 2 ч назад
পূজাৰ Shopping কৰিবলৈ আজি গৈছিলোঁ Guwahati Fancy Bazaarলৈ 🛍️😍 কিন্তু বৰষাৰ লগত Shopping কৰিবলৈ গৈ মোৰ অৱস্থা একেবাৰে বেয়া! 😂 সকলো বস্তু দেখিলে ভাল লাগে, সকলো বস্তু ল’ব লাগে… কিন্তু শেষত কিনে আকৌ একোৱেই নাই! 🤣🤣 Fancy Bazaarৰ ভিৰ, কাপোৰৰ দোকান, বৰষাৰ পছন্দ-অপছন্দ আৰু আমাৰ মাজৰ হাঁহি-ধেমালিৰে আজিৰ এই vlogটো একেবাৰে মজাৰ হৈ পৰিল। ❤️ ভিডিঅ’টো শেষলৈকে চাব আৰু কওক— আপোনাৰ ঘৰত Shopping কৰিবলৈ গ’লে এনেকুৱা কোনোবা আছে নেকি? 😂 ভাল লাগিলে Like 👍, Comment ❤️ আৰু Ride With Bimal Subscribe কৰি দিব। মানুহে চাই হাঁহি পাগল হৈ যাব! 🤣❤️ #RideWithBimal #PujaShopping #FancyBazaar #GuwahatiVlog #AssameseVlog #ShoppingVlog #Barasha #PujaShopping #AssamVlogger #FamilyVlog