ঘৰৰ পৰা দূৰত… বৰষা-বাবুক এৰি Tinsukia ত মোৰ ২য় দিন ❤️😔#foryou Assamese people
Ride With Bimal
0:00 / 0:00
ঘৰৰ পৰা দূৰত… বৰষা-বাবুক এৰি Tinsukia ত মোৰ ২য় দিন ❤️😔#foryou Assamese people
2 934 просмотра · 9 дн. назад
Ride With Bimal
73 тыс. подписчиков
2 934 просмотра · 9 дн. назад
আজি Tinsukia ত মোৰ Training ৰ ২য় দিন। ❤️
চাকৰিৰ কাৰণে ঘৰ, বৰষা আৰু আমাৰ মৰমৰ বাবুক অকলে থৈ আহিবলগীয়া হৈছে। মনটো ঘৰতেই পৰি থাকে যদিও নিজৰ দায়িত্বৰ কাৰণে সকলোবোৰ মানি আগবাঢ়িবলগীয়া হয়।
আজিৰ vlogত আপোনালোকক দেখুৱালোঁ Tinsukia ত মোৰ এটা সাধাৰণ দিন কেনেকৈ পাৰ হৈছে, Training লৈ কেনেকৈ যাওঁ, Training ৰ মাজৰ সময়খিনি আৰু দিনটোৰ শেষত মোৰ অনুভৱখিনি।
Training ৰ ভিতৰৰ sensitive কাম-কাজ দেখুওৱা হোৱা নাই, কিন্তু মোৰ daily life-ৰ অলপ মুহূৰ্ত আপোনালোকৰ লগত share কৰিলোঁ। ❤️
আপোনালোকৰ মৰম আৰু support সদায় মোৰ লগত থাকক। 🙏
ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Channelটো Subscribe কৰি মোৰ লগত আগবাঢ়ি থাকিব।
ধন্যবাদ ❤️
— Ride With Bimal
#RideWithBimal #TinsukiaVlog #TrainingVlog #AssameseVlog #DailyVlog #FamilyVlog #BimalDas #AssamVlogger #Tinsukia #vlog