Перейти к содержимому

হঠাৎ পট পৰিৱৰ্তন নগাঁৱৰ ৰাজনীতিত

Pratidin Time

0:00 / 0:00

হঠাৎ পট পৰিৱৰ্তন নগাঁৱৰ ৰাজনীতিত

12 768 просмотров · 5 дней назад
Pratidin Time
2,66 млн подписчиков
12 768 просмотров · 5 дней назад
হঠাৎ পট পৰিৱৰ্তন নগাঁৱৰ ৰাজনীতিত। সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব AIUDFৰ সভাপতি বদৰুদ্দিন আজমল। সোমবাৰে নিশা ২ বজা পৰ্যন্ত চলা মাৰাথন বৈঠকৰ অন্তত মঙলবাৰে সংবাদমেলযোগে AIUDF-এ দলীয় প্ৰাৰ্থীৰূপে ঘোষণা কৰে সভাপতি আজমলৰ নাম। AIUDFৰ এই সিদ্ধান্তই স্বাভাবিকতে সংখ্যালঘুৰ ব্যাপক ভোট বিভাজন আৰু তাৰ লগে লগে বিজেপিৰ সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাৰ পথ প্ৰশস্ত কৰিলে। AIUDFৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কংগ্ৰেছৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ৰিম’ট কন্ট্ৰ’লত চলিছে বদৰুদ্দিন আজমল। #PratidinTime #Nagaon #assam