Перейти к содержимому

🍲❤️ আজি বনাইছোঁ ঘৰৰ সকলোৰে প্ৰিয় খিচিৰি! 😋

Farhana's Vlog

0:00 / 0:00

🍲❤️ আজি বনাইছোঁ ঘৰৰ সকলোৰে প্ৰিয় খিচিৰি! 😋

25 просмотров · 4 дн. назад
Farhana's Vlog
4 подписчика
25 просмотров · 4 дн. назад
ঘৰৰ সাধাৰণ উপকৰণেৰে মৰমেৰে বনোৱা গৰমে গৰমে খিচিৰিৰ সোৱাদেই বেলেগ! 🥰 ভাত, দাইল আৰু মচলাৰ সুন্দৰ সংমিশ্ৰণেৰে আজি মোৰ Vlog-ত আপোনালোকৰ বাবে আগবঢ়ালোঁ মোৰ ৰন্ধন প্ৰণালীৰ এটি সৰু মুহূৰ্ত। ❤️🍚 ভিডিঅ’টো চাব, ভাল লাগিলে Like, Comment আৰু Share কৰিব। লগতে মোৰ Farhana’s Vlog চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব। 🙏💕 #Khisiri #AssameseFood #CookingVlog #FarhanasVlog #ঘৰুৱাৰন্ধন #অসমীয়াখাদ্য #FoodLovers #HomemadeFood #AssameseVlogger #DailyVlog