Перейти к содержимому

এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ জন্মদিনটো- গৰিমা শইকীয়া গাৰ্গ

Pratidin Time

0:00 / 0:00

এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ জন্মদিনটো- গৰিমা শইকীয়া গাৰ্গ

1 588 просмотров · 3 часа назад
Pratidin Time
2,67 млн подписчиков
1 588 просмотров · 3 часа назад
সংবাদকৰ্মীসকল, সংবাদ মাধ্যমে সদায় জুবিনৰ প্ৰতিটো কাম আগুৱাই লৈ গৈছে...মানুহৰ মাজলৈ কঢ়িয়াই নিছে...এতিয়াও আপোনালোকে জুবিনক তেনেদৰেই কঢ়িয়াই আছে...সেইবাবে আমি সদায় কৃতজ্ঞ আপোনালোকৰ ওচৰত....জুবিন গাৰ্গৰ ১৮ নৱেম্বৰ জন্মৰ দিনটো আমি সৃষ্টিৰ দিন হিচাপে উদযাপন কৰিব বিচাৰিছো...সেই দিনটোতেই নতুন সৃষ্টিসমূহ আমি ৰাইজৰ মাজলৈ আগুৱাই দিবলৈ চেষ্টা কৰিম...এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ জন্মদিনটো...এইবাৰ আমাৰ mentor panel এটা আছে...তাত চেলিম মাৰ্চেণ্ট, বিশাল ডাডলানি, কুনাল গাঞ্জাৱালা, অংগৰাগ পাপন মহন্ত, জিৎ গাংগুলী আৰু অনুৰাগ শইকীয়া...এই ৬ জন আমাৰ panellist থাকিব...তেওঁলোকে guide, judge কৰিবঃ গৰিমা শইকীয়া গাৰ্গ #PratidinTime #AssamNews #ZubeenGarg #GarimaSaikiaGarg