Перейти к содержимому

কোনোবাই আপোনাৰ বেয়া কৰিলে তেওঁৰ নিজৰ কিমান বেয়া হ’ব এবাৰ জানি লওক l How to Handle Insults

Prranjal P Hazarika

0:00 / 0:00

কোনোবাই আপোনাৰ বেয়া কৰিলে তেওঁৰ নিজৰ কিমান বেয়া হ’ব এবাৰ জানি লওক l How to Handle Insults

7 132 просмотра · 2 дн. назад
Prranjal P Hazarika
199 тыс. подписчиков
7 132 просмотра · 2 дн. назад
কোনোবাই আপোনাক অপমান কৰিলে আপুনি কেনে অনুভৱ কৰে? কিয় কিছুমান অপমানৰ ঘটনা বহু বছৰ পাৰ হৈ যোৱাৰ পাছতো আমাৰ মনত ৰৈ যায়? এই ভিডিঅ’টোত আমি আলোচনা কৰিছোঁ অপমানৰ মনোবিজ্ঞান (Psychology of Humiliation), আত্মসন্মান (Self Respect), সামাজিক মৰ্যাদা (Social Status) আৰু মানুহৰ আচৰণৰ ওপৰত অপমানৰ প্ৰভাৱৰ বিষয়ে। এই আলোচনাত জানিব পাৰিব: সমালোচনা আৰু অপমানৰ মাজৰ পাৰ্থক্য মানুহে আনক অপমান কৰি কিয় ভাল পায়? Humiliation Tax বা অপমানৰ কৰ কি? অপমানিত হোৱাৰ ভয়ে কেনেকৈ আত্মবিশ্বাস কমায়? কোনোবাই অপমান কৰিলে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? Toxic People আৰু অপমানজনক পৰিৱেশৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব? ক্ষমতাশালী ব্যক্তিয়ে আনৰ আত্মসন্মান কিয় ৰক্ষা কৰা উচিত? নিজৰ আত্মসন্মান ৰক্ষা কৰক। আনৰ মতামতক নিজৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ নিদিব। ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। #PsychologyOfHumiliation #SelfRespect #AssameseMotivation