Перейти к содержимому

অৱশেষত সাধাৰণ ৰাইজৰ বাবে খোল খালে ‘হোটেল বিলাস ইন’ৰ চৌহদ

Pratidin Time

0:00 / 0:00

অৱশেষত সাধাৰণ ৰাইজৰ বাবে খোল খালে ‘হোটেল বিলাস ইন’ৰ চৌহদ

3 091 просмотр · 7 ч назад
Pratidin Time
2,67 млн подписчиков
3 091 просмотр · 7 ч назад
অৱশেষত সাধাৰণ ৰাইজৰ বাবে খোল খালে ‘হোটেল বিলাস ইন’ৰ চৌহদ। ১১ দিন আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা ‘হোটেল বিলাস ইন’ৰ চৌহদত নিমাওমাও পৰিৱেশ। ঘাতক ঘনকান্তৰ গুলীত নিহত হোৱা ৫ জনকৈ লোকৰ তেজৰ চেকুৰা আজিও পৰি ৰৈছে ‘হোটেল বিলাস ইন’ৰ চৌহদ। ভয় আৰু শংকাৰ মাজেৰে নিজৰ ব্যৱসায় প্রতিষ্ঠান খুলিবলৈ ওলাই আহিল চুবুৰীয়া ব্যৱসায়ীসকল। #pratidintime #assamnews #assam #guwahati