Перейти к содержимому

নিজকে জুবিন গাৰ্গৰ বন্ধু বুলি কোৱা দুই মুখাধাৰীক পদকাষ্ট যোগে ক্ষোভ উজাৰিলে পামী বৰঠাকুৰৰ !

NorthEast Now

0:00 / 0:00

নিজকে জুবিন গাৰ্গৰ বন্ধু বুলি কোৱা দুই মুখাধাৰীক পদকাষ্ট যোগে ক্ষোভ উজাৰিলে পামী বৰঠাকুৰৰ !

38 087 просмотров · 9 месяцев назад
NorthEast Now
468 тыс. подписчиков
38 087 просмотров · 9 месяцев назад
এজন বিশেষ ব্যক্তি তথা এটা সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী,যাৰ হাতত জুবিন গাৰ্গ পানীত ডুবাৰ ভিডিঅ' পঠাইছিল অমৃতপ্ৰভাই! 📌কিন্তু সেই ব্যৱসায়ী জনৰ কি নিকৃষ্ট ব্যৱসায় জুবিন গাৰ্গক লৈ ! 📌অমৃতপ্ৰভাই দিয়া ভিডিঅ' সমূহ web series আকাৰত খণ্ড খণ্ড কৈ নিজ চেনেলত আপলোড কৰিছিল এই নিষ্ঠুৰ হৃদয়ৰ বিশেষ ব্যক্তি জনে ! 📌প্ৰথমে suspence তাৰ পিছত ক্লাইমেক্স ! 📌Suspence ত প্ৰথমে স্কুবা ডাইভিং,তাৰ পিছত পেৰাগ্লায়দিং আৰু অৱশেষত ক্লাইমেক্সত দিলে য়ট পাৰ্টীত হোৱ ঘটনাৰ কথা! 📌জুবিন গাৰ্গৰ চৰিত্ৰসনন কৰিবলৈ তেওঁ জুবিন গাৰ্গৰ কেঞা আঙুলিৰ নখটোৰ সমানো যোগ্য নে বুলি কোনটো সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীক কলে পামী বৰঠাকুৰে?___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now