Перейти к содержимому

আমেৰিকাত আই টি চাকৰি এৰি অহা অনুপমৰ কাহিনী | assamese entrepreneur

UPARJAN

0:00 / 0:00

আমেৰিকাত আই টি চাকৰি এৰি অহা অনুপমৰ কাহিনী | assamese entrepreneur

247 794 просмотра · 4 г. назад
UPARJAN
184 тыс. подписчиков
247 794 просмотра · 4 г. назад
আমেৰিকাত আই টি চাকৰি এৰি অহা অনুপমৰ কাহিনী | assamese entrepreneur আজিৰ পৰা ১৫ বছৰ পূৰ্বে হাতত মাত্ৰ ১৫০০ টকা লৈ তেওঁ ঘৰৰ পৰা নাইকীয়া হৈছিল uparjan: 9101735732 প্ৰথমে গুৱাহাটীৰ এখন হোটেলত কাম কৰাৰ পাছত কলিকতা এট আই টি কোম্পানীত শিকিছিল কম্পিউটাৰৰ কাম ৷ ইয়াৰ পাছতে তেওঁ ওলতি চাব লগীয়া হোৱা নাছিল ৷ মু্ম্বাইত /ডুবাইৰ দৰে ঠাইত কাম কৰাৰ পাছত অধিক টকা উপাৰ্জন কৰিবলৈ তেওঁ উপস্থিত হৈছিলগৈ আমেৰিকাত ৷ আমেৰিকাত আই টি চেক্টৰত কাম কৰি কিছু পুঁজি গোটাই এদিন ঘূৰি আহিল অসমলৈ uparjan.in