Перейти к содержимому

গীটাৰখনেই জীয়াই ৰাখিছে জে পি দাসৰ পত্নীৰ স্মৃতি/গীটাৰৰ ষ্ট্ৰিঙ বোৰ পত্নীৰ চুলি বুলি অনুভৱ কৰে তেওঁ..

Break Ur Voice

0:00 / 0:00

গীটাৰখনেই জীয়াই ৰাখিছে জে পি দাসৰ পত্নীৰ স্মৃতি/গীটাৰৰ ষ্ট্ৰিঙ বোৰ পত্নীৰ চুলি বুলি অনুভৱ কৰে তেওঁ..

12 244 просмотра · 1 день назад
Break Ur Voice
8,12 тыс. подписчиков
12 244 просмотра · 1 день назад
গীটাৰখনেই জীয়াই ৰাখিছে জে পি দাসৰ পত্নীৰ স্মৃতি। গীটাৰৰ ষ্ট্ৰিঙ বোৰ পত্নীৰ চুলি বুলি অনুভৱ কৰে তেওঁ। তাত মৰমেৰে হাত বুলালেই সৃষ্টি হয় সুৰৰ। কাষত জীয়ৰী জিন্তি দাস। পিতৃৰ জনপ্ৰিয় গীতবোৰ গুণগুনালে কন্যাই। পৰিচয় বিহীন, মধু জোন জ্বলিছে, বহাগতে আহিবি চেনাই অ আৰু বহুতো। জয়ন্ত হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈ, প্ৰত্যেকৰে সান্নিধ্যৰ কথা সুৱঁৰিলে জে পি দাই। কলে প্ৰথম প্ৰেমৰ অনুভৱ। কেনেকৈ সুন্দৰকৈ প্ৰতিটো দিন উপভোগ কৰিব পাৰি শুনক। বৰষুণ, পূৰ্ণিমাৰ জোন কিয় ভাল লাগে শুনক। #breakurvoice #nipkumarbaruah #assamese