Перейти к содержимому

মন্ত্ৰী- MLA নোহোৱাকৈয়ো পৃথিৱীত ভাল কাম কৰিব পাৰি/ কথাবোৰ স্পষ্টকৈ কয় বাবেই চৰকাৰে মানুহজনক বেয়া পায়

Break Ur Voice

0:00 / 0:00

মন্ত্ৰী- MLA নোহোৱাকৈয়ো পৃথিৱীত ভাল কাম কৰিব পাৰি/ কথাবোৰ স্পষ্টকৈ কয় বাবেই চৰকাৰে মানুহজনক বেয়া পায়

6 720 просмотров · 5 дней назад
Break Ur Voice
7,83 тыс. подписчиков
6 720 просмотров · 5 дней назад
মন্ত্ৰী- MLA নোহোৱাকৈয়ো পৃথিৱীত বহুত ভাল কাম কৰিব পাৰি। কথাবোৰ স্পষ্টকৈ কয় বাবেই চৰকাৰে মানুহজনক বেয়া পায়। ষ্টেজত গান গায় থাকোতে মঞ্চৰ পৰা নমাই দিছিল তেখেতক। সেয়ে 'মঘাই বোলে ঢোলৰ মাত', 'আমোল মোল শেৱালিৰ গোন্ধ', 'হাঁহিৰে জীৱন সুন্দৰ কৰা', 'লুইত নহয় মহাকাল'... আদি চিৰসেউজ গীতৰ স্ৰষ্টা গৰাকীক আজিকোপতি চৰকাৰে নিদিলে শিল্পী পেঞ্চন। ২৫ খনকৈ গুৰুত্ত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিও নাপালে সাহিত্যিক পেঞ্চন। তথাপিও আক্ষেপ নাই বৰেণ্য শিল্পী লোকনাথ গোস্বামীৰ। পাহাৰৰ টিলাৰ এটি সুন্দৰ পৰিবেশত থকা ঘৰত তেওঁ চলাই গৈছে সাধনা। বহু পুৰণি সমল থকা বাবেই তেওঁ ঘৰটোক যাদুঘৰ কৰাৰ পৰিকল্পনা কৰি থৈছে। স্বামীক চৰকাৰে বাৰে বাৰে বঞ্চিত কৰিলেও কোনো আক্ষেপ নকৰাকৈ সদায় সহযোগ কৰি গৈছে পত্নীয়ে। প্ৰশ্ন হয় সাংস্কৃতিক বিভাগৰ বঁটা বাহনবোৰ আচলতে পায় কোনে? CONTACT 8011001676 #nipkumarbaruah #breakurvoice #assam #assamtezpur #assamese