চৰকাৰী শিক্ষাৰ দুখ লগা অৱস্থাৰ জীয়া ছবি
NKTV PLUS
0:00 / 0:00
চৰকাৰী শিক্ষাৰ দুখ লগা অৱস্থাৰ জীয়া ছবি
1 902 просмотра · 14 ч назад
NKTV PLUS
831 тыс. подписчиков
1 902 просмотра · 14 ч назад
▶️ৰাজ্যত চৰকাৰী শিক্ষাৰ এতিয়া অৱস্থা কেনে? শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে দাবী কৰা মতে চৰকাৰী বিদ্যালয়ৰ মান উন্নত হৈছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে চৰকাৰী শিক্ষাৰ দুখ লগা অৱস্থাৰ জীয়া ছবি। আমগুৰিত ছমহীয়া পৰীক্ষাত ৪ শিক্ষাৰ্থীৰ বাবে এখনেই প্ৰশ্নকাকত। বিভাগৰ পৰা পুঁজি নাপাই প্ৰশ্ন কাকত নিজেই যোগান ধৰিছে প্ৰধান শিক্ষকে।