Перейти к содержимому

আজি কাহিলীপাৰাত অনুষ্ঠিত হ’ল জুবিন গাৰ্গৰ এবছৰীয়া তিথি

NKTV PLUS

0:00 / 0:00

আজি কাহিলীপাৰাত অনুষ্ঠিত হ’ল জুবিন গাৰ্গৰ এবছৰীয়া তিথি

3 356 просмотров · 1 дн. назад
NKTV PLUS
831 тыс. подписчиков
3 356 просмотров · 1 дн. назад
▶️কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা এটা বছৰ ১৯ ছেপ্টেম্বৰত হৈ গ’ল। আজি কাহিলীপাৰাৰ ছিনাৰ্জী এপাৰ্টমেণ্টত অনুষ্ঠিত হ’ল জুবিন গাৰ্গৰ এবছৰীয়া তিথি। যথাৰীতি মাংগলিক কাৰ্যসমূহ সমাপন হ’ল। নাম-প্ৰসংগ, পিণ্ডাদি দানেৰে আত্মাৰ পূৰ্ণ মুক্তিৰ হকে প্ৰাৰ্থনা জনাৱো হ’ল। ঘৰৰ সন্মুখৰ প্ৰতিমূৰ্তিটোত ফুল ছটিয়াই দিলে গৰিমা গাৰ্গে।