Перейти к содержимому

আজি মহালয়া। মহালয়াৰ পবিত্ৰ ক্ষণত মৰ্ত্যলৈ আগমন ঘটিল দেৱী দুৰ্গাৰ।

PRATHAM KHABAR 24x7

0:00 / 0:00

আজি মহালয়া। মহালয়াৰ পবিত্ৰ ক্ষণত মৰ্ত্যলৈ আগমন ঘটিল দেৱী দুৰ্গাৰ।

90 просмотров · 20 часов назад
PRATHAM KHABAR 24x7
72 тыс. подписчиков
90 просмотров · 20 часов назад
-আজি মহালয়া। মহালয়াৰ পবিত্ৰ ক্ষণত মৰ্ত্যলৈ আগমন ঘটিল দেৱী দুৰ্গাৰ। ভক্তি আৰু আধ্যাত্মিকতাৰ মাজেৰে আৰম্ভ হৈছে দেৱীপক্ষৰ বাটচ'ৰা। পুৱাই মন্ত্ৰোচ্চাৰণ, চণ্ডীপাঠেৰে মুখৰিত হ’ল ৰাজ্য চৌদিশ। মহালয়াৰ লগে লগে ৰাজ্যজুৰি বিয়পি পৰিছে শাৰদীয় দুৰ্গোৎসৱৰ আগজাননী। #Mahalaya2026 #mahalaya #maadurga #durgapuja #PrathamKhabar24x7 Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar