Перейти к содержимому

CJPলৈ ভয়! সচাকৈয়ে ভয় কৰে নেকি চৰকাৰে? Live

Gandiv

0:00 / 0:00

CJPলৈ ভয়! সচাকৈয়ে ভয় কৰে নেকি চৰকাৰে? Live

1 264 просмотра · Трансляция закончилась 3 нед. назад
Gandiv
842 подписчика
1 264 просмотра · Трансляция закончилась 3 нед. назад
বষ্টন ফেৰৎ Abhijeet দীপকে আৰু তেওঁৰ সোঁহাত-বাওঁহাত স্বৰূপ সৌৰভ-ৰাংকা আৰু জাৰ্মান ফেৰৎ ৰাথীহঁতৰ সমৰ্থনকাৰী সকলে এইকেইদিন খুব লিখি আছে - মোদীয়ে হেনো ক'কৰোচ্ছক ভয় খাইছে! একেবাৰে সঁচা কথা- ভয় খাইছে। কেৱল মোদীয়েই নহয়, আমাৰ দৰে সাধাৰণ নাগৰিকেও বৰ ভয় খাইছোঁ এই ব্লেকমেইলাৰ গেঙটোক। দেশৰ কোটি কোটি শান্তিপূৰ্ণ নাগৰিকক এই গেংটোৱে ব্লেকমেইল কৰি দেশ অশান্ত কৰাৰ ব্লু-প্ৰিণ্ট ৰচিছে। সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে তেওঁলোকৰ বিগত দিনৰ ভাৱ-ভংগী, কথা-কাৰ্যত। ক'কৰোচ্ছ গেং কি এই দেশৰ মান্যতাপ্ৰাপ্ত বিৰোধী নে সংবিধানস্বীকৃত কোনো Authority? কোন তেওঁলোক? দেশৰ কিমান কোটি মানুহক প্ৰতিনিধিত্ব কৰে এই গেঙে? দেশৰ ঐক্য-সংহতি-অখণ্ডতা সকলো বিপৰ্যস্ত হ'বলৈ গৈ আছে যেন লাগে এইসকলৰ হাতত। গতিকে ক'কৰোচ্ছক ভয় খাব লগা কাৰণ সেইটোৱেই। সেই কাৰণে মোদীয়ে ভয় খাইছে। অকল মোদীয়েই নহয়, সকলো দেশপ্ৰেমিক ভাৰতীয়ই ভয় খাইছে, ভয় খোৱা উচিত। #Cockroach #CJP #DelhiProtest #News #AbhijeetDipke #CEC #dhruvrathee #Assam #assamese #assamesevideo