Перейти к содержимому

৫টাকৈ জীৱন শেষ কৰি পেলোৱা ঘনকান্তৰ এতিয়া নতুন ঠিকনা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ

NKTV PLUS

0:00 / 0:00

৫টাকৈ জীৱন শেষ কৰি পেলোৱা ঘনকান্তৰ এতিয়া নতুন ঠিকনা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ

6 655 просмотров · 15 ч назад
NKTV PLUS
833 тыс. подписчиков
6 655 просмотров · 15 ч назад
৫টাকৈ জীৱন শেষ কৰি পেলোৱা ঘনকান্তৰ এতিয়া নতুন ঠিকনা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। আৰক্ষীয়ে কিয় পুনৰ জিম্মাত নিবিচাৰিলে ঘনকান্তক? ৭ দিনৰ অন্তত আদালতত হাজিৰ কৰোৱা হৈছিল ঘাতক ঘনকান্তক। প্ৰায় ডেৰ ঘণ্টাৰ পিছত CJM আদালতৰ ভিতৰৰ পৰা আহিল এই খবৰটো। সোমবাৰৰ নিশাটো থানাৰ লক-আপত উজাগৰী কটালে ঘনকান্তই। এনকাউণ্টাৰলৈ ভয় আছিল ঘনকান্তৰ। সেই কথা ঘনকান্তই জনাইছিল অধিবক্তাক। ঘনকান্তৰ অধিবক্তাই আদালতত দাখিল কৰিছিল এখন আবেদন। আদালতৰ নিৰ্দেশৰ পিছতে পুনৰ আৰক্ষীয়ে জিম্মাত নিবিচাৰিলে ঘনকান্ত গগৈক।