প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ
Pratidin Time
0:00 / 0:00
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ
1 102 просмотра · 1 день назад
Pratidin Time
2,67 млн подписчиков
1 102 просмотра · 1 день назад
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ ,'প্ৰজেক্ট নাহৰ' নামেৰে গ্ৰহণ কৰা হৈছে এই বিশেষ কাৰ্যসূচী। দিল্লীৰ বিভিন্ন শিক্ষানুষ্ঠানত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী। কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহৰৰ পুলি ৰোপণ কৰে গৰিমা শইকীয়া গাৰ্গে ।
#PratidinTime #AssamNews #newdelhi #ZubeenGarg #GarimaSaikiaGarg