প্ৰিয়ংকা গান্ধীয়ে বিৰোধীৰ মিত্ৰতাক লৈ কি সিদ্ধান্ত ল’লে?
Assam Talks Digital
0:00 / 0:00
প্ৰিয়ংকা গান্ধীয়ে বিৰোধীৰ মিত্ৰতাক লৈ কি সিদ্ধান্ত ল’লে?
50 просмотров · 6 месяцев назад
Assam Talks Digital
23,5 тыс. подписчиков
50 просмотров · 6 месяцев назад
প্ৰিয়ংকা গান্ধীয়ে বিৰোধীৰ মিত্ৰতাক লৈ কি সিদ্ধান্ত ল’লে? অজাপ-ৰাইজৰ দলৰে মিত্ৰতা কেনেকৈ হ’ব কংগ্ৰেছৰ? অজাপ-ৰাইজৰ দলৰ ইখনৰ পিছত সিখন বৈঠকত কি সিদ্ধান্ত? কংগ্ৰেছৰ সৈতে অনুষ্ঠিত বৈঠকত কি অসন্তুষ্টি ৰাইজৰ দলৰ? এতিয়াও ৰাইজৰ দলৰে আসন কেন্দ্ৰিক মিত্ৰতা লৈ প্ৰকৃতাৰ্থত কিমান দূৰ? কংগ্ৰেছৰে বৈঠকত অসন্তুষ্টি কিয় ৰাইজৰ দলৰ? ১৫ আসন বিচৰা ৰাইজৰ দলক কংগ্ৰেছৰ কিমানৰ আসনৰ অফাৰ? ১০০ আসনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আঁকোৰগোজ কিয় কংগ্ৰেছ? ৰাইজৰ দল-জাতীয় পৰিষদৰ ভাগত কিমানকৈ আসন? মিত্ৰতাৰ খবৰবোৰ ভাল নহয় বুলি কিয় ক’লে অখিলে? মিত্ৰতাক লৈ কি মন্ত্ৰণা দি গ’ল ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে? ৩ সংখ্যালঘু আসন বিচৰা অখিলক এখনহে আসন অফাৰ কিয় কংগ্ৰেছৰ? গৌৰৱ গগৈক ৰাজনীতিৰ কি ক্লীন শ্বীট দি গ’ল নেকি প্ৰিয়ংকা গান্ধীয়ে? বিজেপি মিত্ৰজোঁটক ৰুধিবৰ বাবে প্ৰিয়ংকাই কি ৰাজনৈতিক টিপছ দিলে? শাসকীয় মিত্ৰজোঁটৰ সন্মুখত সঁচা অৰ্থত প্ৰত্যাহ্বান কিমান? যি কোনো মুহূৰ্ততে NDA ত্যাগ কৰিব নেকি UPPL-এ? ৰাজ্যসভাৰ এখন আসনৰে হাগ্ৰামাৰ মুখ বন্ধ কৰিব পাৰিবনে বিজেপিয়ে? অগপৰে আসন কেন্দ্ৰিক মিত্ৰতাক লৈ বিজেপিৰ সাম্প্ৰতিক প্ৰত্যাহ্বান কি? অচিৰেই অগপৰ একাংশ নেতৃত্বই টিকট কেন্দ্ৰিক বিসম্বাদত নামিব নেকি?