Перейти к содержимому

দক্ষ যজ্ঞ, শান্তিপুৰ গাওঁ, জামুগুৰিহাট

Binit Jyoti World

0:00 / 0:00

দক্ষ যজ্ঞ, শান্তিপুৰ গাওঁ, জামুগুৰিহাট

396 просмотров · 10 дней назад
Binit Jyoti World
89 подписчиков
396 просмотров · 10 дней назад
8দক্ষ যজ্ঞ — ভাওনা প্ৰদৰ্শন 🎭🙏 শান্তিপুৰ গাৱঁৰ দ্বাৰা পৰিৱেশন কৰা এখন মনোমোহা ভাওনা — “দক্ষ যজ্ঞ”। এই ভাওনাৰ জৰিয়তে অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু ভক্তিৰ এক সুন্দৰ প্ৰকাশ দাঙি ধৰা হৈছে। ❤️ 🎭 চৰিত্ৰ আৰু শিল্পীসকল 1. শ্ৰীবিষ্ণু: আদিত্য প্ৰীতম দাস 2. ব্ৰহ্মা: চিন্ময় জ্যোতি বৰুৱা 3. নাৰদ: পুষ্প বৰা 4. ইন্দ্ৰ: নিতু হাজৰিকা 5. শিৱ: ৰিদিপ শইকীয়া 6. সতী: ৰূপশ্ৰী দেৱী 7. কালী: প্ৰণৱ বৰা 8. দুৰ্গা: অংকিতা দাস 9. বীৰভদ্ৰ: কমল কলিতা 10. নন্দী: মানস প্ৰতীম নাথ 11. ভৃঙ্গী: অধ্যয়ন অস্মিত শিৱম 12. মণিমন্ত্ৰ: নিবিড় শিৱম 13. দক্ষ: জ্যোতি ভূঞা 14. প্ৰসূতি: ইপ্সিতা হাজৰিকা 15. আদিত্য: ৰঞ্জিত নাথ 16. দুৰ্বাসা: জোন বৰুৱা 17. দধিচি: হিমাংশু হাজৰিকা 18. বৃহস্পতি: অভিনৱ দাস 19. মুনী: ভাৰ্গৱ শইকীয়া, সমুজ্বল শইকীয়া আৰু অমৃতাংশু নাথ 🎬 পৰিচালনা আৰু সম্পাদনা পৰিচালনা কৰিছে: জোন বৰুৱা, মাধুৰ্য বৰা আৰু গজেন হাজৰিকা Edited and Videography by: ব্লেজ বৰা TIMESTAMP : 0:00 গুৰুবন্দনা 02:53 খোল বাহিৰ ভাল লগা সংগীত 04:19 বিষ্ণু প্ৰবেশ 10:42 দক্ষ আৰু মন্ত্ৰীৰ প্ৰবেশ 14:40 প্ৰসূতি প্ৰবেশ 19:00 মুনি গণৰ প্ৰবেশ 22:24 দক্ষৰ কথোপকথন 30:36 নাৰদৰ প্ৰবেশ 34:42 নাৰদৰ কথোপকথন 36:53 40:29 45:47 50:04 53:19 55:11 57:34 58:45 01:05:44 01:07:31 01:15:45 01:24:25 01:29:53 01:31:19 01:41:42 01:44:07 01:45:39 01:47:26 01:49:39 01:51:36 01:53:25 01:59:24 02:05:24 02:07:57 02:11:27 02:16:00 02:18:00 02:21:22 02:31:14 02:32:47 02:34:30 02:35:53 02:37:12 02:38:50 02:42:13 02:44:28 02:49:55 02:50:33 02:51:51 02:54:52 02:55:50 ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক আৰু আমাৰ শিল্পীসকলক উৎসাহিত কৰিবলৈ Like 👍 | Share ↗️ | Comment 💬 | Subscribe 🔔 কৰিবলৈ নাপাহৰিব। 🙏 জয় আই অসম 🙏 🎭 ভাওনা — আমাৰ গৌৰৱ, আমাৰ সংস্কৃতি 🎭 #দক্ষযজ্ঞ #ভাওনা #অসমীয়াভাওনা #AssameseBhaona #Bhaona #AssameseCulture #অসমীয়াসংস্কৃতি #শান্তিপুৰগাওঁ #DakhYajna #Assam