#ৰাস বাসুদেৱ থান জামুগুৰিহাট। #শিশুলীলা। #মহাৰাস। PADMA BANIA SPB । #LIKE #COMMENT #SHARE #SUBSCRIBE
SonitpuriaPadmaA2Z
0:00 / 0:00
#ৰাস বাসুদেৱ থান জামুগুৰিহাট। #শিশুলীলা। #মহাৰাস। PADMA BANIA SPB । #LIKE #COMMENT #SHARE #SUBSCRIBE
5 655 просмотров · 3 года назад
SonitpuriaPadmaA2Z
827 подписчиков
5 655 просмотров · 3 года назад
শ্ৰী শ্ৰী বাসুদেৱ থান থেকেৰাগুৰী ৰাস মহোৎসৱ।
৭৪ সংখ্যক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান ঠেকেৰাগুৰী সাৰ্ব্বজনীন ৰাস মহোৎসৱ ভাগ এইবেলিও দুদিনিয়া কাৰ্য্যসূচীৰে যোৱা ৬ আৰু ৭ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হয়। প্ৰথম দিনা স্থানীয় শিশু শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত আৰু উদীয়মান পৰিচালক ঋতুশ্ৰী ভূঞাৰ পৰিচালনাৰে শিশুলীলা আৰু দ্বিতীয় দিনা গুৰুজনাৰ অমূল্য অৱদান কেলি গোপাল নাট ভাগ সম্পূৰ্ণ সামাজিক ৰীতি নীতি অনুসৰি পৰিৱেশিত কৰা হয়। জামুগুৰিহাটৰ প্ৰবীণ তথা সুদক্ষ প্ৰশিক্ষক শ্ৰীযুত দামোদৰ হাজৰিকা দেৱৰ পৰিচালনাত জিতু নাথৰ সংগীত ব্যৱস্থা ঝৰ্ণা মহন্ত, পাৰ্থ প্ৰিয়ম, মৃদুস্মিতা আৰু সহযোগী শিল্পী সকলৰ সাৱলীল কণ্ঠৰ গীতেৰে তথা ভাও ভাৱৰীয়া সকলৰ নিখুঁত ভাও উপস্থাপন লগতে ভক্ত প্ৰাণ ৰাইজৰ অভূত পূৰ্ব সহৰীয়ে সঁচাকৈ বাসুদেৱ থানৰ সামগ্ৰিক পৰিৱেশ সাইলাস বৃন্দাবনলৈ ৰূপান্তৰ কৰিলে।
সকলোলৈ আন্তৰিক সেৱা যাচি আমাৰ #PADMA_BANIA_SPB ইউটিউব চেনেলৰ মজিয়াৰ পৰা দুয়ো দিনা অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ কিছু কিয়দংশ শ্ৰোতা ৰাইজৰ মাজলৈ আগবঢ়ায় দিলোঁ। আশা ৰাখিলোঁ সকলোৱে আদৰি লব।
অনুগ্ৰহ কৰি চেনেলটো #subscribe কৰিব।
@padmabania
@livejamugurihat9381
@padmabania