সংকট কালৰ সঞ্জীৱনী সুধাকণ্ঠ
Anuranan Hridoyor Spondon
0:00 / 0:00
সংকট কালৰ সঞ্জীৱনী সুধাকণ্ঠ
583 просмотра · 1 дн. назад
Anuranan Hridoyor Spondon
3,59 тыс. подписчиков
583 просмотра · 1 дн. назад
ভূপেন হাজৰিকাদেৱে
এখনি শোষণহীন
শ্ৰেণীহীন সমাজ গঢ়াৰ হকে
পাহাৰ ভৈয়ামৰ
সম্প্ৰীতিৰ বাবে,
নৈতিকতা বিহীন
সমাজৰ মঙ্গলৰ হকে,
শিল ভাঙোতাৰ পৰা
অটোৰিক্সা চালকলৈকে
সকলোকে সামৰি প্ৰায়
অকলশৰে যি সাংস্কৃতিক
যুদ্ধ চলাই গৈছিল।
সেই যুদ্ধই অসম আৰু
অসমীয়াৰ জীৱনক অতি
গভীৰভাৱে প্ৰভাৱিত
কৰিবলৈ সক্ষম হৈছিল।
সুধাকণ্ঠক স্মৰণ
লগতে একাঁজলি শ্ৰদ্ধাৰ্ঘ
জ্ঞাপনৰ অৰ্থে
আমাৰ এই আয়োজন।
অনুৰণনৰ মজিয়াৰ
আমন্ত্ৰিত অতিথি
এগৰাকী প্ৰসিদ্ধ লেখক
গীতিকাৰ, সুৰকাৰ
তথা সংগীত শিল্পী
লোকনাথ গোস্বামী
মনমৰমী মহন্তৰ সৈতে।