মৰাণহাট থানাত ১০ লাখ টকাৰ ‘ডিল’! মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
Pratidin Time
0:00 / 0:00
মৰাণহাট থানাত ১০ লাখ টকাৰ ‘ডিল’! মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
2 145 просмотров · 4 ч назад
Pratidin Time
2,67 млн подписчиков
2 145 просмотров · 4 ч назад
মৰাণহাট থানাত ১০ লাখ টকাৰ ‘ডিল’!
উচ্চ ন্যায়ালয়ৰ দুৱাৰদলিত ব্যৱসায়ী
‘১০লাখ দিয়ক, মামলা মিটাই দিওঁ’- থানাৰ ভিতৰতে দৰ-দাম!
প্রথমে ২০ লাখ, পিছত ১০লাখত ‘ছেটেলমেণ্ট’
FIR নাই, ৱাৰেণ্ট নাই- ২২ ঘণ্টা থানাত আটক কনক গগৈ
ধন আদায়ৰ টকা কনিষ্টবলৰ নিজা একাউণ্টত!
দুখন চেকত ৫লাখকৈ RTGS
থানাৰ ভিতৰতে চহী কৰোৱা হ’ল চেক
টকা একাউণ্টত সোমোৱাৰ পিছতহে মুক্ত!
কনক গগৈৰ চাঞ্চল্যকৰ অভিযোগ
‘ওপৰৰ বিষয়া আৰু ৰাজনৈতিক নেতাক সন্তুষ্ট কৰিব লাগিব’
‘সাৱধানে থাকক, পিছৰবাৰ ৰেহাই নাপাবও পাৰে’
মৰাণহাট থানাৰ ১০ লাখ টকাৰ ধন আদায় কাণ্ড: HCৰ জাননী জাৰি
ব্যৱসায়ী কনক গগৈৰ সুৰক্ষাৰ বাবে PSOদিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
থানাৰ ‘ডিল’ এতিয়া আদালতৰ কাঠগড়াত!
ৰাজ্য চৰকাৰ আৰু আৰক্ষীক জাননী
নাছিল কোনো গোচৰ, নাছিল ৱাৰেণ্ট, নাছিল অভিযোগ...
তথাপি ২২ঘণ্টা থানাত আটক!
কোনো অপৰাধ নকৰাকৈয়ে থানাত বন্দী
মুক্তিৰ বাবে দিব লগা হ’ল ১০লাখ!
আৰক্ষীৰ ভয়ত জীৱন বিপন্ন ব্যৱসায়ীৰ
এতিয়া উচ্চ ন্যায়ালয়ে দিলে সুৰক্ষা
উচ্চ ন্যায়ালয়ৰ জাননীৰ পিছত আৰক্ষী বিপাঙত
ৰক্ষকেই ভক্ষক! মৰাণহাট আৰক্ষী থানাৰ বিৰুদ্ধে HCৰ কঠোৰ পদক্ষেপ
আলফাৰ ভাবুকিৰ বিৰুদ্ধে FIR দিয়া ব্যৱসায়ীয়েই এতিয়া PSOৰ সুৰক্ষাত
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#PratidinTime #AssamNews #assam #SupremeCourt