Перейти к содержимому

২০১০ চনতে অপূৰ্ব অধিকাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ।

Pratidin Time

0:00 / 0:00

২০১০ চনতে অপূৰ্ব অধিকাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ।

4 981 просмотр · 23 часа назад
Pratidin Time
2,66 млн подписчиков
4 981 просмотр · 23 часа назад
কেৱল জালিয়াতিৰে ধন সংগ্ৰহ কৰাই নহয় দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ২০১০ চনতে অপূৰ্ব অধিকাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। আলফা সজাই হাৰাশাস্তি কৰিছিল ACS বিষয়া দেৱেশ্বৰ বৰাই। দেৱেশ্বৰ বৰাক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সৰৱ অপূৰ্ব অধিকাৰী। জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে অপূৰ্ব অধিকাৰীৰ আছুতীয়া সাক্ষাৎকাৰ #PratidinTime #AssamNews #assam