‘প্ৰতিদিন টাইম’ৰ বাতৰিৰ প্ৰভাৱ।
Pratidin Time
0:00 / 0:00
‘প্ৰতিদিন টাইম’ৰ বাতৰিৰ প্ৰভাৱ।
864 просмотра · 4 ч назад
Pratidin Time
2,67 млн подписчиков
864 просмотра · 4 ч назад
‘প্ৰতিদিন টাইম’ৰ বাতৰিৰ প্ৰভাৱ। ৰাজ্যৰ বিদ্যালয়সমূহলৈ মোকলাই দিলে মধ্যাহ্ন ভোজনৰ ধন। PM পোষণ আঁচনিৰ অধীনত ধন মুকলি। বিগত ৩ মাহে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছিল শিক্ষাৰ্থীসকল। এই সন্দৰ্ভত ‘প্ৰতিদিন টাইম’ত সম্প্ৰচাৰ হৈছিল বাতৰি। ‘প্ৰতিদিন টাইম’ৰ বাতৰিৰ পাছতে গা লৰিল ৰাজ্য চৰকাৰৰ।
#PratidinTime #AssamNews #assam