Перейти к содержимому

জালুকবাৰীৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন সুধাকণ্ঠৰ স্মৃতিদিৱস

Pratidin Time

0:00 / 0:00

জালুকবাৰীৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন সুধাকণ্ঠৰ স্মৃতিদিৱস

680 просмотров · 11 ч назад
Pratidin Time
2,67 млн подписчиков
680 просмотров · 11 ч назад
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পঞ্চদশ স্মৃতিদিৱস। গীতে-মাতে সুধাকণ্ঠক সুঁৱৰিছে ৰাজ্যবাসীয়ে। জালুকবাৰীৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন সুধাকণ্ঠৰ স্মৃতিদিৱস। জালুকবাৰীৰ সমাধিক্ষেত্ৰত উপস্থিত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে বিধায়ক বিজয় গুপ্তা। নাম প্ৰসংগৰে আৰম্ভ স্মৃতিদিৱসৰ কাৰ্যসূচী। জালুকবাৰীৰ সমাধিক্ষেত্ৰৰ পৰা এক প্ৰতিবেদন। #PratidinTime #AssamNews #BhupenHazarika #jalukbari