মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যত ৰাজ্য তোলপাৰ
Pratidin Time
0:00 / 0:00
মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যত ৰাজ্য তোলপাৰ
3 402 просмотра · 3 ч назад
Pratidin Time
2,67 млн подписчиков
3 402 просмотра · 3 ч назад
মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যত ৰাজ্য তোলপাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে ব্যাপক ৰূপ লৈ চৰ্চিত হ’বলৈ ধৰিছে। বহুতেই বহু ব্যক্তিক সাঙুৰি এক বিষাক্ত বাতাবৰণ সৃষ্টি কৰিছে। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে উত্থাপিত হয় প্ৰশ্ন। হঠাৎ এতিয়া অন্য এক পৰিৱেশ-পৰিস্থিতিৰ সূত্ৰপাত কৰিব বিচৰা হৈছে নে...? জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াক অন্য ৰূপ দিয়াৰ চেষ্টা চলিছে...?
#PratidinTime #AssamNews #assam #HimantaBiswaSarma