BPCLৰ কাষ চাপিছে গোলাঘাটৰ বহু দল-সংগঠন
Pratidin Time
0:00 / 0:00
BPCLৰ কাষ চাপিছে গোলাঘাটৰ বহু দল-সংগঠন
965 просмотров · 17 ч назад
Pratidin Time
2,67 млн подписчиков
965 просмотров · 17 ч назад
৩১৪ খন টেংকাৰৰ নিবিদা প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰিবলৈ এইবাৰ BPCLৰ কাষ চাপিছে গোলাঘাটৰ বহু দল-সংগঠন। নুমলীগড় শোধনাগাৰৰ SOCৰ তালিকাভুক্ত টেংকাৰ মালিকসকলক লৈয়ো ক্ষুব্ধ দল-সংগঠনসমূহ। তেওঁলোকে BPCLৰ পৰা সময়সীমা বান্ধি আজি বিচাৰিলে উত্তৰ।
#pratidintime #BPCL #assam