Перейти к содержимому

জুবিনৰ ন্যায়ৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীক ঘেৰাও কৰিব অখিল গগৈয়ে!

NETV

0:00 / 0:00

জুবিনৰ ন্যায়ৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীক ঘেৰাও কৰিব অখিল গগৈয়ে!

1 017 просмотров · 16 ч назад
NETV
4,29 тыс. подписчиков
1 017 просмотров · 16 ч назад
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ উভতি ধৰিলে অখিল গগৈয়ে। ‘হাই কৰ্টৰ জাজক নহয়, মুখ্যমন্ত্ৰীকহে ঘেৰাও কৰিম’ বুলি মন্তব্য কৰি জুবিনক ন্যায় দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ বুলি দাবী কৰিলে অখিল গগৈয়ে। কি ক'লে বিধায়কগৰাকীয়ে? #netv #ZubeenGarg #JusticeForZubeen #AkhilGogoi #HimantaBiswaSarma #ZubeenJustice #AssamNews #AssamPolitics #AssameseNews #AssamBreakingNews #ZubeenGargJustice #NETVAssam #NETVNews