মোদীব ব্যৰ্থতা ঢাকিবলৈ শ্বাহৰ চেষ্টা; কলে "ৰাহুলৰ সৈতে বিতৰ্কত বহিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন নাই"!
NorthEast Now
0:00 / 0:00
মোদীব ব্যৰ্থতা ঢাকিবলৈ শ্বাহৰ চেষ্টা; কলে "ৰাহুলৰ সৈতে বিতৰ্কত বহিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন নাই"!
11 744 просмотра · 5 ч назад
NorthEast Now
469 тыс. подписчиков
11 744 просмотра · 5 ч назад
📌অমিত-ৰাহুলৰ বাকযুদ্ধত ওলমি ৰ’ল নৰেন্দ্ৰ মোদী !
📌নৰেন্দ্ৰ মোদীৰ ব্যৰ্থতা ঢাকিবলৈ অপ্ৰাণ চেষ্টা অমিত শ্বাহৰ !
📌নৰেন্দ্ৰ মোদীলৈ মুকলি প্ৰত্যাহ্বান দি ৰাজহুৱা বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল বিৰোধী নেতা ৰাহুল গান্ধীয়ে !
📌পিছে,গৃহমন্ত্ৰীক দেহৰক্ষাৰ দায়িত্ব দি বিতৰ্কৰ পৰা সাৰিবলৈ চেষ্টা নৰেন্দ্ৰ মোদীৰ !
📌ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাই গৃহমন্ত্ৰী অমিত শ্বাহে কলে "বিতৰ্ক যদি বিচাৰে সংসদলৈ আহক ৰাহুল গান্ধী!"
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now