Перейти к содержимому

মৃত্যুৰ পিছতো কৰ্মৰ ফল এৰা নাযায় নেকি? | জানক প্ৰকৃত ৰহস্য| ভাগৱত ব্যাখ্যা | প্ৰাণজিৎ গগৈ | Bhagwat

বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল

0:00 / 0:00

মৃত্যুৰ পিছতো কৰ্মৰ ফল এৰা নাযায় নেকি? | জানক প্ৰকৃত ৰহস্য| ভাগৱত ব্যাখ্যা | প্ৰাণজিৎ গগৈ | Bhagwat

1 211 просмотров · 1 дн. назад
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
5,98 тыс. подписчиков
1 211 просмотров · 1 дн. назад
মৃত্যুৰ পিছতো কৰ্মৰ ফল এৰা নাযায় নেকি? জানক প্ৰকৃত ৰহস্য! আমি এই জীৱনত কৰা কৰ্মৰ ফল পৰৱৰ্তী জন্মত কেনেদৰে ভোগ কৰিবলগীয়া হ'ব পাৰে? মানুহৰ পাপ-পুণ্য, কৰ্মফল আৰু জন্ম-জন্মান্তৰৰ মাজত কি সম্পৰ্ক আছে? এই গুৰুত্বপূৰ্ণ আধ্যাত্মিক বিষয়টোৰ বিষয়ে ভাগৱতৰ দৃষ্টিভংগীৰে সুন্দৰ ব্যাখ্যা আগবঢ়াইছে **প্ৰাণজিৎ গগৈ বাপে**। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কৰ্মফল সম্পৰ্কে বহুতো জানিবলগীয়া কথা জানিবলৈ চেষ্টা কৰক। #ভাগৱত_ব্যাখ্যা #প্ৰাণজিৎ_গগৈ #কৰ্মফল #পৰৱৰ্তী_জন্ম #পুনৰ্জন্ম #জন্ম_মৃত্যু #পাপ_পুণ্য #কৰ্মৰ_ফল #ভাগৱত_ধৰ্ম #শ্ৰীমদ্ভাগৱত #অসমীয়া_ধৰ্মীয়_ভিডিঅ #অসমীয়া_ভক্তি #আধ্যাত্মিক_জ্ঞান #সনাতন_ধৰ্ম #BhagawatKatha