Перейти к содержимому

SIRৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি উজ্জ্বল ভূঞাৰ মন্তব্য

Pratidin Time

0:00 / 0:00

SIRৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি উজ্জ্বল ভূঞাৰ মন্তব্য

3 004 просмотра · 1 день назад
Pratidin Time
2,67 млн подписчиков
3 004 просмотра · 1 день назад
‘কোনো এক প্ৰক্ৰিয়াৰ ফলত যদি লাখ লাখ ভাৰতীয়ই ভোটাধিকাৰ হেৰুৱায়, তেন্তে সেই প্ৰক্ৰিয়া স্বাভাৱিকভাৱেই এক স্বেচ্ছাচাৰী প্ৰক্ৰিয়া’। ‘যিকোনো প্ৰসংগ টানি সেই প্ৰক্ৰিয়াক যুক্তিযুক্ত বুলি প্ৰমাণ কৰাটো অসম্ভৱ’। ‘কোনো আদালতেই সেই বিতৰ্কিত প্ৰক্ৰিয়াক সমৰ্থন কৰিব নোৱাৰে’। SIRক লৈ এই মত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি উজ্জ্বল ভূঞাৰ। #PratidinTime #SIR #AssamNews