Перейти к содержимому

অন্ধ্ৰপ্ৰদেশত পৰিকল্পিতভাৱে শেষ কৰা হ'ল নেকি হিমাশ্ৰী বড়োক?

NKTV PLUS

0:00 / 0:00

অন্ধ্ৰপ্ৰদেশত পৰিকল্পিতভাৱে শেষ কৰা হ'ল নেকি হিমাশ্ৰী বড়োক?

13 693 просмотра · 5 ч назад
NKTV PLUS
831 тыс. подписчиков
13 693 просмотра · 5 ч назад
▶️ অন্ধ্ৰপ্ৰদেশত পৰিকল্পিতভাৱে শেষ কৰা হ'ল নেকি গুৱাহাটীৰ হিমাশ্ৰী বড়োক? প্ৰাপ্য বিচাৰি যাওতেই অসমৰ নৃত্যশিল্পীক অত্যাচাৰ কৰিছিল ইভেণ্ট মেনেজমেণ্টত থকা গোবিন্দই! নৃত্যানুষ্ঠানত অংশ লোৱা ক্ষীণ যুৱতীক দৈনিক টেবলেট খাবলৈ দিছিল যুৱকজনে। টেবলেট নাখালেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব বুলিও দিছিল ভাবুকি! NKTV PLUSত হিমাশ্ৰী বড়োৰ সতীৰ্থৰ বিস্ফোৰণ।