জুবিন গাৰ্গৰ বেংকত জমা থকা সকলোবোৰ ধনৰ স্বত্ব গৰিমা শইকীয়া গাৰ্গলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল
Pratidin Time
0:00 / 0:00
জুবিন গাৰ্গৰ বেংকত জমা থকা সকলোবোৰ ধনৰ স্বত্ব গৰিমা শইকীয়া গাৰ্গলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল
3 304 просмотра · 3 месяца назад
Pratidin Time
2,67 млн подписчиков
3 304 просмотра · 3 месяца назад
জুবিন গাৰ্গৰ বেংকত জমা থকা সকলোবোৰ ধনৰ স্বত্ব গৰিমা শইকীয়া গাৰ্গলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল। আজি আদালত পৰা হস্তান্তৰৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে গৰিমা শইকীয়া গাৰ্গে। হস্তান্তৰৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিয়েই আদালত চৌহদতে উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ একাউণ্টত জমা থকা মুঠ ধনৰ পৰিমাণ হৈছে ৯ লাখ ৬৩ হাজাৰ টকা।
#pratidintime #zubeengarg #garimasaikiagarg