মেঘালয়লৈ যোৱা প্ৰতিটো পথেই বন্ধ আজিৰে পৰা...
Pratidin Time
0:00 / 0:00
মেঘালয়লৈ যোৱা প্ৰতিটো পথেই বন্ধ আজিৰে পৰা...
51 261 просмотр · 2 недели назад
Pratidin Time
2,66 млн подписчиков
51 261 просмотр · 2 недели назад
মেঘালয়লৈ যোৱা প্ৰতিটো পথেই বন্ধ আজিৰে পৰা। যোৰবাটেৰে যাতায়াত বন্ধ হোৱাত মেঘালয় প্ৰশাসনে ৰাজ্যখনৰ বাসিন্দসকলক ৰাণীয়েদি অহা-যোৱা কৰাৰ পৰামৰ্শ দিছিল। কিন্তু সেই পথো বন্ধ আজিৰে পৰা। ৰাণীৰ শুকুৰবেৰিয়াৰ ৰাজপথত অৱস্থান অসমৰ দল-সংগঠনৰ। আলোচনাৰ মাজেৰে সমস্যা সমাধানত গুৰুত্ব দিয়াৰ সলনি মেঘালয়ৰ বাসিন্দাক বিকল্প পথ দেখুওৱা চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰ-প্ৰশাসনৰ সদিচ্ছাক লৈও প্ৰশ্ন উঠিছে।
#PratidinTime #AssamNews #meghalaya