জয়ন্ত দাসৰ বিস্ফোৰণ: প্ৰদ্যুত বৰদলৈয়ে কাম কৰা দেখা নাই; উন্নয়নে গুৱাহাটীখনক ধ্বংস কৰি পেলাব!
NorthEast Now
0:00 / 0:00
জয়ন্ত দাসৰ বিস্ফোৰণ: প্ৰদ্যুত বৰদলৈয়ে কাম কৰা দেখা নাই; উন্নয়নে গুৱাহাটীখনক ধ্বংস কৰি পেলাব!
8 550 просмотров · 1 день назад
NorthEast Now
466 тыс. подписчиков
8 550 просмотров · 1 день назад
📌প্ৰদ্যুত বৰদলৈ আদব কায়দাৰে ভদ্ৰ লোক যদিও কাম কৰা আজিলৈকে দেখা নাই!
📌ভোটটো ৰাইজে মোক দিছিল তেন্তে ভোটখিনি ক’ত গ’ল?
📌উন্নয়নে গুৱাহাটীখনক ধ্বংস কৰি পেলাব!
📌ফ্লাই অভাৰ নিৰ্মাণ কৰি নলা আবদ্ধ কৰি ন ন অঞ্চললৈ বোৱাই নিছে বানপানী!
📌এজাক বৰষুণ দিলে ক’ত যাম কেনেকৈ যাম বুলি ত্ৰাসিত হৈ পৰে গুৱাহাটীবাসী!
📌শিলসাঁকোত হৰি ৰামৰ কিছু অংশক উচ্ছেদ কৰি নৰেন আৰু যদুৰ কিছু অংশক উচ্ছেদ নকৰিলে কিয়?
📌নৰ্থ ইষ্ট নাওৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰণ!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now